BURHI AAIR XADHU

জোনাকৰ চোতালত আইতাৰ কাষত বহি সাধু শুনাৰ দিনবোৰ এতিয়া নিজেই একোটা সাধু ।অথচ সাধুৰ অবিহনে মানুহ গঢ়াৰ আখৰা আধৰুৱা । সেয়েহে আপোনাৰ কাষলৈ আমি অৰুন্ধতী জেঠাইৰ কণ্ঠত কেইটামান সাধুকথা লৈ আনিছো ।